COPY RIGHTS : TO AVOID COPYRIGHT VIOLATIONS, ALL POSTS ARE SHOWN ALONG WITH SOURCES FROM WHERE ITS TAKEN. PLEASE CONTACT ME IN MY EMAIL SALEEMASRAF@GMAIL.COM , IF YOU ARE THE AUTHOR AND YOUR NAME IS NOT DISPLAYED IN THE ARTICLE.THE UNINTENTIONAL LAPSE ON MY PART WILL BE IMMEDIATELY CORRECTED.

I HAVE SHARED ALL MY PRACTICAL WATER TREATMENT EXPERIENCES WITH SOLVED EXAMPLE HERE SO THAT ANYBODY CAN USE IT.

SEARCH THIS BLOG BELOW FOR ENVO ,COMPACT STP,ETP,STP,FMR,MBBR,SAFF,IRON,ARSENIC,FLUORIDE,FILTER,RO,UASB,BIO GAS,AERATION TANK,SETTLING TANK,DOSING,AMC.

SEARCH THIS BLOG

Friday, May 15, 2020

Praying eid prayer at home during covid 19 corona lockdown


*🌷লকদাউনত ঈদৰ নামাজৰ মাছআ'লাঃ-🌷*

সর্বশক্তিমান আল্লাহ তা'আলাৰ ওচৰত আমি সকলোৱে বিনম্ৰভাবে এই দোআ কৰা উচিত যে ৰামাজানৰ এই পবিত্ৰ মাহটোতেই যাতে লকদাউনৰ এই ভয়াবহ পৰিস্থিতিৰ অন্ত পৰে যাতে আমি সকলোৱে পবিত্ৰ ঈদুল ফিতিৰৰ নামাজ সমূহীয়াকৈ জামাতৰে সৈতে আদায় কৰিব পাৰো,আৰু যদি পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ, যদি চৰকাৰৰ ফালৰ পৰা ঈদৰ নামাজ সমূহীয়া ভাবে মছজিদত বা ঈদগাহত আদায় কৰাৰ অনুমতি পোৱা নাযায়, তেনে স্থলত প্ৰশ্ন হʼল যে আমি ঈদৰ নামাজ কেনেদৰে আদায় কৰিম?

এনে পৰিস্থিতিত ফুক্বাহা (মাছাইলৰ বিজ্ঞ) সকলৰ মতে আমি সকলোৱে নিজ নিজ ঘৰৰ চাৰি-পাছজন সদস্য লগ লাগি ঈদৰ নামাজ জামাতৰে সৈতে আদায় কৰা উচিত(অতি কমেও ঈদৰ নামাজৰ বাবে চাৰিজন প্ৰাপ্তবয়স্ক পুৰুষ হোৱা জৰুৰী,যদি চাৰিজনতকৈ কম থাকে তেন্তে জামাত নকৰাই ভাল)। এইখিনিতে আমি আৰু এটা কথা মনত ৰখা দৰকাৰ যে,জুম্মাৰ নামাজ আদায় কৰাৰ যিবিলাক চৰ্ত সেই বিলাক চৰ্তয়ে ঈদৰ নামাজটো প্ৰযোজ্য। ফেকাহ শাস্ত্ৰবিদসকলৰ মতে জুম্মাৰ নামাজ পঢ়িবৰ বাবে যিদৰে মছজিদ চৰ্ত নহয়, সমান্তৰাল ভাৱে ঈদৰ নামাজৰ বাবেও মছজিদ চৰ্ত নহয়। আৰু ইশ্বৰাক নামাজৰ সময় সোমোৱাৰ পাছৰে পৰাই ঈদৰ নামাজৰ ওৱাক্ত আৰম্ভ হৈ যায়। গতিকে এই লকদাউনৰ সময়ত ঘৰতে এজন ইমামৰ পাছত ঈদৰ নামাজ পঢ়ি ঈদৰ খুতবা শুনা উচিত। আৰু যদি কাৰোবাৰ খুতবা কণ্ঠস্থ নাথাকে,কিবাটো খুতবাৰ কিতাবো লগত নাথাকে তেনে স্থলত প্ৰথম খুতবাত "তশ্বহুদ" (আত্তাহীয়্যাতো) আৰু "ছুৰা ফাতিহা" (আলহামদু শ্বৰীফ) আৰু দ্বিতীয় খুতবাত "দৰুদ শ্বৰীফ" আৰু যিকোনো এটা দোআ পঢ়ি দিলেই খুতবা আদায় হৈ যাব। আৰু দুই খুতবাৰ মাজত বহিবৰ বাবে মিম্বৰৰ পৰিৱৰ্তে চকী, মেজ, টেবুল ইত্যাদি ব্যৱহাৰ কৰিব পাৰিব।

ফুক্বাহা সকলৰ মতে এই হুকুমটো কেৱল মজবুৰী (বাধ্যবাধকতা)ৰ অৱস্থাতহে প্ৰযোজ্য হ'ব।অন্যথা অন্য দিনত ঈদৰ নামাজৰ বাবে যিমান ডাঙৰ জামাত হʼব, সিমানেই বেছি উত্তম। পৰিস্থিতি সাপেক্ষেহে ঘৰে-ঘৰে ঈদৰ নামাজ আদায় কৰাৰ অনুমতি দিয়া হৈছে।

*📖 ঈদৰ নামাজ পঢ়াৰ চুন্নতী নিয়মঃ-*

প্ৰথমে এই বুলি নিয়্যত কৰিব যে,"মই কিবলা মুখী হৈ উক্ত ইমাম চাহাবৰ পাছত দুই ৰাকাত ঈদুল-ফিতৰৰ ৱাজিব নামাজ,ছটা অতিৰিক্ত ৱাজিব তকবীৰৰ সৈতে আদায় কৰিবলৈ লৈছো"। তাৰ পাছত ঈমাম চাহাবৰ লগত "আল্লাহুআকবাৰ" বুলি তকবীৰে তাহৰিমা কৈ হাত বান্ধি লʼব, তাৰ পাছত ছানাৰ দোৱা পঢ়িব,তাৰ পাছত ইমাম চাহাবৰ সৈতে দুয়ো হাত কাণ পৰ্য্যন্ত উঠাই তিনিটা তকবিৰ কʼব। প্ৰথমে দুই তকবীৰত হাত এৰি দি তৃতীয় তকবীৰত হাত বান্ধি লʼব। তাৰ পাছত ইমাম চাহাবে চুৰা ফাতিহাৰ লগত অন্য চুৰা মিলাই, ৰুকু-ছজদাহ কৰি প্ৰথম ৰাকাআতটো শেষ কৰিব,ইয়াৰ পাছত দুই নম্বৰ ৰাকাআতৰ বাবে থিয় হৈ ইমাম চাহেবে প্ৰথমে চুৰা ফাতেহাৰ লগত অন্য এটা চুৰা মিলাব,তাৰ পাছত ৰুকুলৈ যোৱাৰ পূৰ্বে তিনিবাৰ পুনৰ তকবীৰ কʼব, উক্ত তিনিওটা তকবীৰ কওতে হাত এৰি দিব, হাত নাবান্ধিব। তাৰ পাছত পুনৰ তকবিৰ কৈ ৰুকুলৈ গৈ ছাজদাহ কৰি ছালাম ফিৰাই নামাজ শেষ কৰিব।

# দলিল স্বৰূপে কেইখনমান বিখ্যাত হাদীছ ও আৰবী হানাফী ফাতৱা গ্ৰন্থৰ ইবাৰত সমূহৰ উদ্ধৃতি দাঙি ধৰা হ'ল:-

_(تجب صلاتهما) في الأصح (على من تجب عليه الجمعة بشرائطها) المتقدمة (سوى الخطبة) فإنها سنة بعدها. (الدر المختار وحاشية ابن عابدين_2 / 166)_

_و يشترط للعيد ما يشترط للجمعة إلا الخطبة كذا في الخلاصة لأنه سنة بعد الصلاة و تجوز بدونها-(الفتاوى الهندية ١٦٥/١ كتاب الصلاة باب العيدين زكريا جديد)_

_ﻭﺃﻣﺎ ﺷﺮاﺋﻂ ﻭﺟﻮﺑﻬﺎ ﻭﺟﻮاﺯﻫﺎ ﻓﻜﻞ ﻣﺎ ﻫﻮ ﺷﺮﻁ ﻭﺟﻮﺏ اﻟﺠﻤﻌﺔ ﻭﺟﻮاﺯﻫﺎ ﻓﻬﻮ ﺷﺮﻁ ﻭﺟﻮﺏ ﺻﻼﺓ اﻟﻌﻴﺪﻳﻦ ﻭﺟﻮاﺯﻫﺎ ﻣﻦ اﻹﻣﺎﻡ ﻭاﻟﻤﺼﺮ ﻭاﻟﺠﻤﺎﻋﺔ ﻭاﻟﻮﻗﺖ ﺇﻻ اﻟﺨﻄﺒﺔ ﻓﺈﻧﻬﺎ ﺳﻨﺔ ﺑﻌﺪ اﻟﺼﻼﺓ. ﻭﻟﻮ ﺗﺮﻛﻬﺎ ﺟﺎﺯﺕ ﺻﻼﺓ اﻟﻌﻴﺪ-(بدائع الصنائع في ترتيب الشرائع ٢٧٥/١ كتاب الصلاة باب العيدين)_

_وأمَرَ أنَسُ بنُ مالَكٍ مَوْلاَهُمُ ابنَ عُتْبَةَ بِالزَّاوِيَةِ فَجَمَعَ أهْلَهُ وبَنِيهِ وَصَلَّى كَصَلاةِ أهْلِ المِصْرِ وَتَكْبِيرِهِمْ-(صحیح البخاری_کتاب العیدین /باب إذا فاته العيد يصلي ركعتين)_

_عن القاسم أبی عبد الرحمن حدثہ قال: حدثني بعض أصحاب رسول اللّٰہ صلی اللّٰہ علیہ وسلم قال: صلی بنا النبی صلی اللّٰہ علیہ وسلم یوم عید فکبر أربعا و أربعاً ثم أقبل علینا بوجہہ حین انصرف فقال: لا تنسوا کتکبیر الجنائز و أشار بأصابعہ، وقبض إبہامہ۔ (رواہ الإمام الطحاوي ۴؍ ۳۴۵، إعلاء السنن ۸؍۱۲۸ دار الکتب العلمیۃ)_

_فیکبر تکبیرۃ الإحرام ثم یضع یدیہ تحت سرتہ ویثني علی ما مر ثم ثلاث تکبیرات یفصل بین کل تکبیرتین بسکتۃ قدر ثلاث تسبیحات لئلا یؤدي الاتصال إلی اشتباہ علی البعید ویرفع یدیہ عند کل تکبیرۃ منہن ویرسلہما في أثنائہن ثم یضعہما بعد الثالثۃ ویتعوذ ویقرأ الفاتحۃ وسورۃ کما في الجمعۃ، ثم یکبر ویرکع، فإذا قام إلی الرکعۃ الثانیۃ یبتدئ بالقراء ۃ ثم یکبر بعدہا ثلاث تکبیرات علی ہیئۃ تکبیرۃ في الأولیٰ، ثم یکبر ویرکع فالزوائد في کل رکعۃ ثلاث، والقراء ۃ في الأولیٰ بعد التکبیر، وفي الثانیۃ قبلہ، ہٰکذا کیفیۃ صلاۃ العید عند علمائنا وہو قول ابن مسعود وأکثر الصحابۃ۔ (حلبي کبیر ۵۶۷-۵۶۸، الفتاویٰ التاتارخانیۃ ۲؍۶۰۴ زکریا)_


*বিঃ দ্ৰঃ- "দাৰুল উলূম দেউবন্দ"ৰ নাইব মুফতি, হজৰত মৌলানা মুফতি যঈনুল ইছলাম ইলাহাবাদী চাহাব আৰু "জামিআ ক্বাছিমীয়া মাদাৰছা শ্বাহী মুৰাদাবাদ"ৰ নাইব মুফতি ও উছতাদে হাদীছ, হজৰত মৌলানা মুফতি ছালমান মনছুৰপুৰী চাহাব, দুয়োজন বিজ্ঞ ফুফতিয়ানে কিৰামৰ লগত ফোন যোগে যোগাযোগ কৰি উক্ত মাছআ'লাটো লিখা হৈছে।*

*✒ বান্দাহ মোহাম্মাদ শ্বাব্বীৰ আহমদ (গুফিৰা লাহু)*
*📚 সদস্য_(মজলীছে শ্বুৰা নু'মানী দাৰুল ইফতা/তাওজীহুল মাছাঈল গ্ৰুপ)*
*📖 প্ৰতিষ্ঠাপক_(কাশ্বফুল আমৰাঈন ফাউণ্ডেচন)*


https://www.facebook.com/100016524875616/posts/672992806594876/?app=fbl

العبد محمد شبير أحمد
🌷যদি বিশেষ কাৰণবশত ঈদৰ নামাজ আদায় কৰিব নোৱাৰে :-🌷
যদি কোনো ব্যক্তিয়ে বিশেষ কাৰণবশত (উদাহৰণস্বৰূপে লকডাউনত ঘৰতে আবদ্ধ থকাৰ বাবে, ঘৰত চাৰিজনতকৈ কম সদস্য থকাৰ বাবে জামাত কৰিব নোৱাৰি বা ঈদৰ নামাজৰ জামাত শেষ হৈ যোৱাৰ বাবে ইত্যাদি কাৰণত) ঈদৰ নামাজ পঢ়িবলৈ অক্ষম হয়, তেনেস্থলত ঘৰতে অকলশৰে চাৰি ৰাকাআত চাশ্বতৰ দৰে নফল নামাজ পঢ়া মুস্তাহাব (উত্তম)। কিন্তু মনত ৰাখিব এই চাৰি ৰাকাআত নামাজ ঈদৰ নামাজৰ কাজ্বা নহয়, বৰঞ্চ মনৰ সন্তুষ্টিৰ বাবেহে, কাৰণ ঈদৰ নামাজৰ কোনো কাজ্বা নাই।
فَإِنْ عَجَزَ صَلَّى أَرْبَعًا كَالضُّحَى (وَتُؤَخَّرُ بِعُذْرٍ) كَمَطَرٍ (إلَى الزَّوَالِ مِنْ الْغَدِ فَقَطْ) فَوَقْتُهَا مِنْ الثَّانِي كَالْأَوَّلِ وَتَكُونُ قَضَاءً لَا أَدَاءً كَمَا سَيَجِيءُ فِي الْأُضْحِيَّةِ وَحَكَى الْقُهُسْتَانِيُّ قَوْلَيْنِ-(الدر المختار وحاشية ابن عابدين/كتاب الصلاة/باب العيدين)
কিছু ব্যক্তিয়ে এই প্ৰশ্নও সুধা পৰিলক্ষিত হৈছে যে, "যিহেতু লকডাউনত আমি ঈদৰ নামাজ পঢ়িবলৈকে অসমৰ্থ তেনে স্থলত ফিতৰাও আদায় দিব নালাগে চাগে"। ই এক ভূল ধাৰণা, কাৰণ ঈদৰ নামাজ এটা পৃথক হুকুম আৰু ফিতৰা দিয়াও এটা পৃথক হুকুম। শ্বৰীঅতৰ বিপৰীতে এনে বিলাক মনে গঢ়া যুক্তি (logic) নিদি বিনা দ্বিধাই আল্লাহ আৰু আল্লাহৰ ৰছুল চাল্লাল্লাহু আলাইহী ৱাআলিহী ৱাছাল্লামৰ হুকুম সমূহ মানি লোৱাই এজন সফল ও প্ৰকৃত মূ'মীনৰ পৰিচয়।
বিঃদ্ৰঃ- দলিল স্বৰূপে বিখ্যাত আৰবী হানাফী ফাতৱা গ্ৰন্থ "در المختار" ৰ scan copy সংলগ্ন কৰি দিয়া হৈছে।
 বান্দাহ মোহাম্মাদ শ্বাব্বীৰ আহমদ (গুফিৰা লাহু)
🏡 নামতি চাৰি আলি, শিৱসাগৰ
📚 সদস্য_(মজলীছে শ্বুৰা নু'মানী দাৰুল ইফতা/তাওজীহুল মাছাঈল গ্ৰুপ)
📖 সম্পাদক_(কাশ্বফুল আমৰাঈন ফাউণ্ডেচন)
📩 ইমেইলঃ- www.shabbirjulvi@gmail.com
🌎ফেচবুক:- https://www.facebook.com/profile.php?id=100016524875616







Monday, March 02, 2020

Realization of God by Maulana wahiduddin khan

Realization of God  by Maulana wahiduddin khan
Shortened from the full article https://saleemindia.blogspot.com/2020/03/realization-of-god-in-age-of-science-by.html
There was a child of a poor father. He once asked his father to bring him a bicycle. The father ignored his request. The child requested for a bicycle again. The father again ignored. When the child asked the third time, the father said that he had no money and could not bring a bicycle. He added angrily that if the child repeated his request he would be beaten. On hearing this the child began to cry. He exclaimed: “You are my father! If I do not ask of you, then whom should I ask?” On listening to this, the father also began to cry and said that he would bring a bicycle the next day. He then arranged for money from somewhere and brought a bicycle for his child.

I often think that this is the biggest prayer a person can do before God. If a person brings himself very close to God so that he realizes that he is really nothing and his Lord is everything, if he understands this truly and sincerely – that God is everything and he is nothing at all, if a person realizes this truth and cries out: “O God, You are my Lord. If I do not ask of You, then whom should I ask!” If a person speaks in this way, then God also utters the same thing which the father in the above incident said to his child. I am not saying this out of my own speculation, rather I have understood this through a hadith. The Prophet once said: “I have never seen a person who should be desirous of Paradise, but is lying asleep; and I have never seen a person who should be running away from the Fire, but is lying asleep.” The same spirit is reflected in this hadith.
 The creation (takhliq) is the effect of God (Khaliq). We cannot know the Creator directly, but we can know the Creator through His effects in the creation spread out around us.
a believer has faith in God because he can see God’s effects in the creation. I have faced several events that made me realize the truth and my personality was, as it were, destroyed. In these moments, I realized God very closely. I often ask: “Will I never see my Creator? The Creator whom I loved, whom I made my concern and desired to live in His neighbourhood – will I never see this Creator?” The answer is in the hadith. The Companions once asked the Prophet: “Will we see God in Paradise?” The Prophet replied: “Yes, you will see God as you see the sun and the moon.” This is metaphorical language. We will see God the way we see the sun and the moon, but we do not know exactly what this ‘seeing’ would be. We can know it only when we actually see God in the Hereafter. When a person makes God his everything, his sole concern, he then thinks in this pattern.

The greatest discovery of a person is to find God Almighty. When you discover God Almighty, naturally a spirit is awakened in you. The spirit is reflected in a prayer of Asiya bint Muzahim. This is the strangest prayer in the Quran. When Pharaoh decided to kill his wife Asiya, she prayed to God saying that she did not care what Pharaoh wanted to do, rather she only wanted God. She said: “My Lord, build me a house in nearness to You in Paradise.” (66:11) I do not find a prayer better than this. Asiya was indeed a strange woman, as she did this prayer while Pharaoh’s sword hung right above her head.
A person should make all effort from his side and then pray to God. This principle in Arabic is stated thus: “As-sayi minni wal-itmam minallah.” Prayer on the one hand and one’s efforts on the other hand can help one achieve a high level of God-realization. 
the level of marefat can never be smooth, there will always be ups and downs. You should not always desire a high level of marefat, but rather continue to make effort on your part.
The Quran has answered this question. A verse in the Quran is considered by the Companions of the Prophet and all respected scholars as the most hopeful (arju) verse. The verse is: “Say, [God says] ‘O My servants, who have committed excesses against their own souls, do not despair of God’s mercy, for God surely forgives all sins. He is truly the Most Forgiving, the Most Merciful.’” (39:53) Whenever I read this verse, I reflect on the word ‘jami’, or ‘all’. That is, the greatest gift of God for people is that if they do sincere repentance and truly ask for forgiveness from God, then God will surely forgive them. This is the most hopeful verse of the Quran. 
Bringing about change is not our goal. Our goal is to convey the message of God. Bringing about change is in God’s domain. Even the Prophet could not bring about change, it was entirely in God’s hands. The Prophet could not help Abu Talib accept Islam. So bringing about change is not in your hands. It is impossible for a person to bring about change.

 It is true that God has given total freedom to man. God has the power to detach Himself in this matter and allow complete freedom to man.
I will say only one thing. The aim of the Quran was to become a warner (nadhir) for all nations, that is, the message of the Quran should reach in understandable language throughout the world. You should make yourself part of this cause. Give whatever you can for this cause. If you do not have anything to give, then pray for those who are working for this cause. 

Realization of God in the Age of Science by Moulana wahiduddin khan

Realization of God in the Age of Science by Moulana wahiduddin khan

There is an incident which I like a lot and is connected to my life in Rampur. I lived in Rampur for about three years. In that period, an incident occurred. There was a child of a poor father. He once asked his father to bring him a bicycle. The father ignored his request. The child requested for a bicycle again. The father again ignored. When the child asked the third time, the father said that he had no money and could not bring a bicycle. He added angrily that if the child repeated his request he would be beaten. On hearing this the child began to cry. He exclaimed: “You are my father! If I do not ask of you, then whom should I ask?” On listening to this, the father also began to cry and said that he would bring a bicycle the next day. He then arranged for money from somewhere and brought a bicycle for his child.

I often think that this is the biggest prayer a person can do before God. If a person brings himself very close to God so that he realizes that he is really nothing and his Lord is everything, if he understands this truly and sincerely – that God is everything and he is nothing at all, if a person realizes this truth and cries out: “O God, You are my Lord. If I do not ask of You, then whom should I ask!” If a person speaks in this way, then God also utters the same thing which the father in the above incident said to his child. I am not saying this out of my own speculation, rather I have understood this through a hadith. The Prophet once said: “I have never seen a person who should be desirous of Paradise, but is lying asleep; and I have never seen a person who should be running away from the Fire, but is lying asleep.” The same spirit is reflected in this hadith.

I remembered this incident because today I was asked a question from Maulana Iqbal Oomeri. The questions is, “What is that one discovery in the age of science which has increased your faith to a Himalayan extent?” This is a very important question. I have a very specific answer to this question, and that is, quantum physics. When I read about quantum physics, my conviction in God increased to such an extent that there has been no other limit which I need to cross now. I had discovered the truth about quantum physics before having read it. Before shifting to Delhi, I met a professor in Lucknow. He was an atheist.

I hope everyone is able to hear me clearly. I must tell that today when I moved out of my home, I thought that I may not be able to speak at all. I began to pray to God. Then I understood a reality: God who has given me the ability to speak in the first instance, will grant me the ability to speak again. This thought came to my mind and I moved out of my home. Right now, I am sitting here and speaking.

So, I was talking about an incident from my Lucknow days. I met a person who called himself an atheist. When I spoke to him, he asked me something strange: “What criterion do you have to prove God’s existence?” At this, I spontaneously uttered: “The same criterion which you have to prove anything else.” This statement was issued from my lips spontaneously. The professor became silent at my response. He was a very learned person. I used to think why this professor went silent. I realized this when I studied further, especially when I read about quantum physics. This is because quantum physics has informed human knowledge that the material world is as non-existent as an atheist would think that God is non-existence. The professor’s claim was that God is non-existent since He cannot be traced. When I gave my reply to him, it was out of my conviction and not a result of knowledge. But later I realized that my answer was exactly in accordance with human knowledge and this knowledge has been provided to us by quantum physics.

Quantum physics tells us that the material world cannot be completely seen by either a telescope or a microscope. We have no means through which we can know, see or understand the material world completely. Then why do we believe in the existence of the material world? Why do scientists believe in the material world? The reason why we believe in the existence of the material world is that although we cannot see the material world, we can see its effects. The last unit of matter is the subatomic particle. This subatomic particle can neither be seen by a microscope nor a telescope. The reason why we still believe in the existence of the subatomic particle is because we can determine its effects. The subatomic particle’s rotation generates heat, and this heat can be detected by our instruments. This is how we conclude that this effect indicates that the subatomic particle indeed exists. This principle is true also of God. The creation (takhliq) is the effect of God (Khaliq). We cannot know the Creator directly, but we can know the Creator through His effects in the creation spread out around us.

This reality was first demonstrated in the time of the Prophet Moses. The incident has been related in the Quran thus. “And when Moses came at Our appointed time and his Lord spoke to him, he said, ‘My Lord, show Yourself to me so that I may look at You.’ He replied, ‘You cannot see Me, but look at the mountain; if it remains firmly in its place, then only will you see Me.’ And when his Lord manifested Himself on the mountain, He broke it into pieces and Moses fell down unconscious.’” (7:143) God gave a manifestation of His Being on the mountain, and the mountain was destroyed into pieces. Moses collapsed at this event. This was a direct demonstration from God – you cannot see God, but you can see God’s effects. The effect was that when God showed a part of His manifestation on the mountain, the mountain broke into pieces and Moses fell down unconscious.

This is what I have discovered through scientific analysis. People say that God cannot be seen. But matter (material world) is also in the unseen, then why do they believe in matter? It is because the effects of matter can be seen all around. Similarly, a believer has faith in God because he can see God’s effects in the creation. I have faced several events that made me realize the truth and my personality was, as it were, destroyed. In these moments, I realized God very closely. I often ask: “Will I never see my Creator? The Creator whom I loved, whom I made my concern and desired to live in His neighbourhood – will I never see this Creator?” The answer is in the hadith. The Companions once asked the Prophet: “Will we see God in Paradise?” The Prophet replied: “Yes, you will see God as you see the sun and the moon.” This is metaphorical language. We will see God the way we see the sun and the moon, but we do not know exactly what this ‘seeing’ would be. We can know it only when we actually see God in the Hereafter. When a person makes God his everything, his sole concern, he then thinks in this pattern.

The greatest discovery of a person is to find God Almighty. When you discover God Almighty, naturally a spirit is awakened in you. The spirit is reflected in a prayer of Asiya bint Muzahim. This is the strangest prayer in the Quran. When Pharaoh decided to kill his wife Asiya, she prayed to God saying that she did not care what Pharaoh wanted to do, rather she only wanted God. She said: “My Lord, build me a house in nearness to You in Paradise.” (66:11) I do not find a prayer better than this. Asiya was indeed a strange woman, as she did this prayer while Pharaoh’s sword hung right above her head.

I will say only one thing. The aim of the Quran was to become a warner (nadhir) for all nations, that is, the message of the Quran should reach in understandable language throughout the world. You should make yourself part of this cause. Give whatever you can for this cause. If you do not have anything to give, then pray for those who are working for this cause. The Quran should be translated in the language of every people. God created an entire world. God established the British empire. This British empire was a creation of God – it helped to bring about an international language for the first time in history. But Muslims were so involved in other things that in spite of the fact that the English language emerged as an international language after a long process, Muslims continued fighting against the British empire. The Muslims could not discover the blessing that God had brought about through the British empire. The hadith had also predicted: “God will help this religion through a secular person.” The British were secular people, a secular empire, which had given birth to an international language. Muslims should have translated the Quran in this understandable language of the time. But they kept fighting and complaining. They only fought, complained and had hatred for the British. They did not care to translate the Quran in the international language of the time. The Christians at that time had already translated the Bible in the understandable language of the time. The Christian model had been established for Muslims to draw a lesson from. Today there are 55 translations of the Quran in English, but there is no clarity in any of these translations. The translation published from our centre (Centre for Peace and Spirituality) is very clear and easy to read. This has been acknowledged by Mr. Khushwant Singh of India and Mr. Federico from Poland. I can say that members of our organization were able to do what great Muslim leaders could not do. They prepared and published the translation of the Quran in the understandable language of today.

I request all those who are listening to me to become part of this movement. If they cannot be part of this work, then they should pray for this cause. May God guide us.

Question and Answer Session

Q1. I believe that the real problem of not being able to connect to God is due to unlimited desires in ourselves. These desires stop us from remembering God. How to eliminate these desires and adopt simple living?

A1. A person should make all effort from his side and then pray to God. This principle in Arabic is stated thus: “As-sayi minni wal-itmam minallah.” Prayer on the one hand and one’s efforts on the other hand can help one achieve a high level of God-realization.

Q2. Sometimes I feel my marefat (level of discovery and realization of God) is high and other times I feel it is low. I feel frustrated at this fluctuation. How can I always be in a state of high marefat?

A2. This desire of yours is unnatural – the level of marefat can never be smooth, there will always be ups and downs. You should not always desire a high level of marefat, but rather continue to make effort on your part.

Q3. Will God forgive our grave sins on the Day of Judgment? What should I think so that I get solace?

A3. The Quran has answered this question. A verse in the Quran is considered by the Companions of the Prophet and all respected scholars as the most hopeful (arju) verse. The verse is: “Say, [God says] ‘O My servants, who have committed excesses against their own souls, do not despair of God’s mercy, for God surely forgives all sins. He is truly the Most Forgiving, the Most Merciful.’” (39:53) Whenever I read this verse, I reflect on the word ‘jami’, or ‘all’. That is, the greatest gift of God for people is that if they do sincere repentance and truly ask for forgiveness from God, then God will surely forgive them. This is the most hopeful verse of the Quran.

Q4. You say CPS provides the translation of the Quran in understandable language. In Arabia, the Quran was revealed in the seventh century in the language of its people. But today there is no difference between these Arab peoples and people of other countries. How to bring about change?

A4. Bringing about change is not our goal. Our goal is to convey the message of God. Bringing about change is in God’s domain. Even the Prophet could not bring about change, it was entirely in God’s hands. The Prophet could not help Abu Talib accept Islam. So bringing about change is not in your hands. It is impossible for a person to bring about change.

Q5. What is the reason for sectarianism in Muslims? How to remedy this phenomenon?

A5. It is very simple. You should read Ibn Abdul Barr’s book Jami Bayan al-Ilm wa-Fazlihi. In one sentence I will say that the responsibility for this state of affairs is our fuqaha (jurists). When they began to collect traditions of the Prophet, they found that there was variety in the traditions narrated from different Companions of the Prophet. For example, some would believe in Amin bil-Jahr (saying Amin loudly after reciting Surah Fatiha in Namaz), while others in Amin bil-Sahr (saying Amin softly after reciting Surah Fatiah in Namaz). The right way in all of these matters was to accept ta’ddud (diversity) and not yearn for tawahud (unity). The principle of the fuqaha that the truth is one and there should be no diversity or variety, is wrong. Please read my book ‘Tajdid-e-Deen’ on this topic.

Q6. God commands doing jihad in Surah Saff. The return for this jihad would be Paradise. What is the meaning of jihad here – battle against others or struggle against oneself?

A6. These verses on war in the Quran are applicable to the situation when the other side has already attacked Muslims. There is no room in Islam for initiating attack. If someone thrusts war upon you, you can fight back in defence. But there is no offensive war in Islam. In Islam, war is only as defense.

Q7. We often say everything has been written by God. I think this goes against the creation plan of God, as it suppresses the free will of humans. Please tell us about the reality of destiny.

A7. It is true that God has given total freedom to man. God has the power to detach Himself in this matter and allow complete freedom to man. I have written on this topic. You can read more from my books.

Q8. Can we derive from Moses’ above incident that we should study the sciences which deal with discovery and realization of God?

A8. You should increase your study. Studying science is supportive in the task of God-realization.

Q9. Can you recommend any other book apart from the Quran and Hadith?

A9. I cannot pinpoint any one book. There are many books. I too have written many books. You need to find out yourself the books you should read. No other person can tell you.

Q10. The hadith says we should read different Surahs of the Quran in different situations. How to follow this?

A10. There is no such concept of reading a certain Chapter of the Quran on a certain occasion or moment of time. You can read whenever you want, depending on your situation.