COPY RIGHTS : TO AVOID COPYRIGHT VIOLATIONS, ALL POSTS ARE SHOWN ALONG WITH SOURCES FROM WHERE ITS TAKEN. PLEASE CONTACT ME IN MY EMAIL SALEEMASRAF@GMAIL.COM , IF YOU ARE THE AUTHOR AND YOUR NAME IS NOT DISPLAYED IN THE ARTICLE.THE UNINTENTIONAL LAPSE ON MY PART WILL BE IMMEDIATELY CORRECTED.

I HAVE SHARED ALL MY PRACTICAL WATER TREATMENT EXPERIENCES WITH SOLVED EXAMPLE HERE SO THAT ANYBODY CAN USE IT.

SEARCH THIS BLOG BELOW FOR ENVO ,COMPACT STP,ETP,STP,FMR,MBBR,SAFF,IRON,ARSENIC,FLUORIDE,FILTER,RO,UASB,BIO GAS,AERATION TANK,SETTLING TANK,DOSING,AMC.

SEARCH THIS BLOG

Showing posts with label prayer. Show all posts
Showing posts with label prayer. Show all posts

Friday, May 15, 2020

Praying eid prayer at home during covid 19 corona lockdown


*🌷লকদাউনত ঈদৰ নামাজৰ মাছআ'লাঃ-🌷*

সর্বশক্তিমান আল্লাহ তা'আলাৰ ওচৰত আমি সকলোৱে বিনম্ৰভাবে এই দোআ কৰা উচিত যে ৰামাজানৰ এই পবিত্ৰ মাহটোতেই যাতে লকদাউনৰ এই ভয়াবহ পৰিস্থিতিৰ অন্ত পৰে যাতে আমি সকলোৱে পবিত্ৰ ঈদুল ফিতিৰৰ নামাজ সমূহীয়াকৈ জামাতৰে সৈতে আদায় কৰিব পাৰো,আৰু যদি পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ, যদি চৰকাৰৰ ফালৰ পৰা ঈদৰ নামাজ সমূহীয়া ভাবে মছজিদত বা ঈদগাহত আদায় কৰাৰ অনুমতি পোৱা নাযায়, তেনে স্থলত প্ৰশ্ন হʼল যে আমি ঈদৰ নামাজ কেনেদৰে আদায় কৰিম?

এনে পৰিস্থিতিত ফুক্বাহা (মাছাইলৰ বিজ্ঞ) সকলৰ মতে আমি সকলোৱে নিজ নিজ ঘৰৰ চাৰি-পাছজন সদস্য লগ লাগি ঈদৰ নামাজ জামাতৰে সৈতে আদায় কৰা উচিত(অতি কমেও ঈদৰ নামাজৰ বাবে চাৰিজন প্ৰাপ্তবয়স্ক পুৰুষ হোৱা জৰুৰী,যদি চাৰিজনতকৈ কম থাকে তেন্তে জামাত নকৰাই ভাল)। এইখিনিতে আমি আৰু এটা কথা মনত ৰখা দৰকাৰ যে,জুম্মাৰ নামাজ আদায় কৰাৰ যিবিলাক চৰ্ত সেই বিলাক চৰ্তয়ে ঈদৰ নামাজটো প্ৰযোজ্য। ফেকাহ শাস্ত্ৰবিদসকলৰ মতে জুম্মাৰ নামাজ পঢ়িবৰ বাবে যিদৰে মছজিদ চৰ্ত নহয়, সমান্তৰাল ভাৱে ঈদৰ নামাজৰ বাবেও মছজিদ চৰ্ত নহয়। আৰু ইশ্বৰাক নামাজৰ সময় সোমোৱাৰ পাছৰে পৰাই ঈদৰ নামাজৰ ওৱাক্ত আৰম্ভ হৈ যায়। গতিকে এই লকদাউনৰ সময়ত ঘৰতে এজন ইমামৰ পাছত ঈদৰ নামাজ পঢ়ি ঈদৰ খুতবা শুনা উচিত। আৰু যদি কাৰোবাৰ খুতবা কণ্ঠস্থ নাথাকে,কিবাটো খুতবাৰ কিতাবো লগত নাথাকে তেনে স্থলত প্ৰথম খুতবাত "তশ্বহুদ" (আত্তাহীয়্যাতো) আৰু "ছুৰা ফাতিহা" (আলহামদু শ্বৰীফ) আৰু দ্বিতীয় খুতবাত "দৰুদ শ্বৰীফ" আৰু যিকোনো এটা দোআ পঢ়ি দিলেই খুতবা আদায় হৈ যাব। আৰু দুই খুতবাৰ মাজত বহিবৰ বাবে মিম্বৰৰ পৰিৱৰ্তে চকী, মেজ, টেবুল ইত্যাদি ব্যৱহাৰ কৰিব পাৰিব।

ফুক্বাহা সকলৰ মতে এই হুকুমটো কেৱল মজবুৰী (বাধ্যবাধকতা)ৰ অৱস্থাতহে প্ৰযোজ্য হ'ব।অন্যথা অন্য দিনত ঈদৰ নামাজৰ বাবে যিমান ডাঙৰ জামাত হʼব, সিমানেই বেছি উত্তম। পৰিস্থিতি সাপেক্ষেহে ঘৰে-ঘৰে ঈদৰ নামাজ আদায় কৰাৰ অনুমতি দিয়া হৈছে।

*📖 ঈদৰ নামাজ পঢ়াৰ চুন্নতী নিয়মঃ-*

প্ৰথমে এই বুলি নিয়্যত কৰিব যে,"মই কিবলা মুখী হৈ উক্ত ইমাম চাহাবৰ পাছত দুই ৰাকাত ঈদুল-ফিতৰৰ ৱাজিব নামাজ,ছটা অতিৰিক্ত ৱাজিব তকবীৰৰ সৈতে আদায় কৰিবলৈ লৈছো"। তাৰ পাছত ঈমাম চাহাবৰ লগত "আল্লাহুআকবাৰ" বুলি তকবীৰে তাহৰিমা কৈ হাত বান্ধি লʼব, তাৰ পাছত ছানাৰ দোৱা পঢ়িব,তাৰ পাছত ইমাম চাহাবৰ সৈতে দুয়ো হাত কাণ পৰ্য্যন্ত উঠাই তিনিটা তকবিৰ কʼব। প্ৰথমে দুই তকবীৰত হাত এৰি দি তৃতীয় তকবীৰত হাত বান্ধি লʼব। তাৰ পাছত ইমাম চাহাবে চুৰা ফাতিহাৰ লগত অন্য চুৰা মিলাই, ৰুকু-ছজদাহ কৰি প্ৰথম ৰাকাআতটো শেষ কৰিব,ইয়াৰ পাছত দুই নম্বৰ ৰাকাআতৰ বাবে থিয় হৈ ইমাম চাহেবে প্ৰথমে চুৰা ফাতেহাৰ লগত অন্য এটা চুৰা মিলাব,তাৰ পাছত ৰুকুলৈ যোৱাৰ পূৰ্বে তিনিবাৰ পুনৰ তকবীৰ কʼব, উক্ত তিনিওটা তকবীৰ কওতে হাত এৰি দিব, হাত নাবান্ধিব। তাৰ পাছত পুনৰ তকবিৰ কৈ ৰুকুলৈ গৈ ছাজদাহ কৰি ছালাম ফিৰাই নামাজ শেষ কৰিব।

# দলিল স্বৰূপে কেইখনমান বিখ্যাত হাদীছ ও আৰবী হানাফী ফাতৱা গ্ৰন্থৰ ইবাৰত সমূহৰ উদ্ধৃতি দাঙি ধৰা হ'ল:-

_(تجب صلاتهما) في الأصح (على من تجب عليه الجمعة بشرائطها) المتقدمة (سوى الخطبة) فإنها سنة بعدها. (الدر المختار وحاشية ابن عابدين_2 / 166)_

_و يشترط للعيد ما يشترط للجمعة إلا الخطبة كذا في الخلاصة لأنه سنة بعد الصلاة و تجوز بدونها-(الفتاوى الهندية ١٦٥/١ كتاب الصلاة باب العيدين زكريا جديد)_

_ﻭﺃﻣﺎ ﺷﺮاﺋﻂ ﻭﺟﻮﺑﻬﺎ ﻭﺟﻮاﺯﻫﺎ ﻓﻜﻞ ﻣﺎ ﻫﻮ ﺷﺮﻁ ﻭﺟﻮﺏ اﻟﺠﻤﻌﺔ ﻭﺟﻮاﺯﻫﺎ ﻓﻬﻮ ﺷﺮﻁ ﻭﺟﻮﺏ ﺻﻼﺓ اﻟﻌﻴﺪﻳﻦ ﻭﺟﻮاﺯﻫﺎ ﻣﻦ اﻹﻣﺎﻡ ﻭاﻟﻤﺼﺮ ﻭاﻟﺠﻤﺎﻋﺔ ﻭاﻟﻮﻗﺖ ﺇﻻ اﻟﺨﻄﺒﺔ ﻓﺈﻧﻬﺎ ﺳﻨﺔ ﺑﻌﺪ اﻟﺼﻼﺓ. ﻭﻟﻮ ﺗﺮﻛﻬﺎ ﺟﺎﺯﺕ ﺻﻼﺓ اﻟﻌﻴﺪ-(بدائع الصنائع في ترتيب الشرائع ٢٧٥/١ كتاب الصلاة باب العيدين)_

_وأمَرَ أنَسُ بنُ مالَكٍ مَوْلاَهُمُ ابنَ عُتْبَةَ بِالزَّاوِيَةِ فَجَمَعَ أهْلَهُ وبَنِيهِ وَصَلَّى كَصَلاةِ أهْلِ المِصْرِ وَتَكْبِيرِهِمْ-(صحیح البخاری_کتاب العیدین /باب إذا فاته العيد يصلي ركعتين)_

_عن القاسم أبی عبد الرحمن حدثہ قال: حدثني بعض أصحاب رسول اللّٰہ صلی اللّٰہ علیہ وسلم قال: صلی بنا النبی صلی اللّٰہ علیہ وسلم یوم عید فکبر أربعا و أربعاً ثم أقبل علینا بوجہہ حین انصرف فقال: لا تنسوا کتکبیر الجنائز و أشار بأصابعہ، وقبض إبہامہ۔ (رواہ الإمام الطحاوي ۴؍ ۳۴۵، إعلاء السنن ۸؍۱۲۸ دار الکتب العلمیۃ)_

_فیکبر تکبیرۃ الإحرام ثم یضع یدیہ تحت سرتہ ویثني علی ما مر ثم ثلاث تکبیرات یفصل بین کل تکبیرتین بسکتۃ قدر ثلاث تسبیحات لئلا یؤدي الاتصال إلی اشتباہ علی البعید ویرفع یدیہ عند کل تکبیرۃ منہن ویرسلہما في أثنائہن ثم یضعہما بعد الثالثۃ ویتعوذ ویقرأ الفاتحۃ وسورۃ کما في الجمعۃ، ثم یکبر ویرکع، فإذا قام إلی الرکعۃ الثانیۃ یبتدئ بالقراء ۃ ثم یکبر بعدہا ثلاث تکبیرات علی ہیئۃ تکبیرۃ في الأولیٰ، ثم یکبر ویرکع فالزوائد في کل رکعۃ ثلاث، والقراء ۃ في الأولیٰ بعد التکبیر، وفي الثانیۃ قبلہ، ہٰکذا کیفیۃ صلاۃ العید عند علمائنا وہو قول ابن مسعود وأکثر الصحابۃ۔ (حلبي کبیر ۵۶۷-۵۶۸، الفتاویٰ التاتارخانیۃ ۲؍۶۰۴ زکریا)_


*বিঃ দ্ৰঃ- "দাৰুল উলূম দেউবন্দ"ৰ নাইব মুফতি, হজৰত মৌলানা মুফতি যঈনুল ইছলাম ইলাহাবাদী চাহাব আৰু "জামিআ ক্বাছিমীয়া মাদাৰছা শ্বাহী মুৰাদাবাদ"ৰ নাইব মুফতি ও উছতাদে হাদীছ, হজৰত মৌলানা মুফতি ছালমান মনছুৰপুৰী চাহাব, দুয়োজন বিজ্ঞ ফুফতিয়ানে কিৰামৰ লগত ফোন যোগে যোগাযোগ কৰি উক্ত মাছআ'লাটো লিখা হৈছে।*

*✒ বান্দাহ মোহাম্মাদ শ্বাব্বীৰ আহমদ (গুফিৰা লাহু)*
*📚 সদস্য_(মজলীছে শ্বুৰা নু'মানী দাৰুল ইফতা/তাওজীহুল মাছাঈল গ্ৰুপ)*
*📖 প্ৰতিষ্ঠাপক_(কাশ্বফুল আমৰাঈন ফাউণ্ডেচন)*


https://www.facebook.com/100016524875616/posts/672992806594876/?app=fbl

العبد محمد شبير أحمد
🌷যদি বিশেষ কাৰণবশত ঈদৰ নামাজ আদায় কৰিব নোৱাৰে :-🌷
যদি কোনো ব্যক্তিয়ে বিশেষ কাৰণবশত (উদাহৰণস্বৰূপে লকডাউনত ঘৰতে আবদ্ধ থকাৰ বাবে, ঘৰত চাৰিজনতকৈ কম সদস্য থকাৰ বাবে জামাত কৰিব নোৱাৰি বা ঈদৰ নামাজৰ জামাত শেষ হৈ যোৱাৰ বাবে ইত্যাদি কাৰণত) ঈদৰ নামাজ পঢ়িবলৈ অক্ষম হয়, তেনেস্থলত ঘৰতে অকলশৰে চাৰি ৰাকাআত চাশ্বতৰ দৰে নফল নামাজ পঢ়া মুস্তাহাব (উত্তম)। কিন্তু মনত ৰাখিব এই চাৰি ৰাকাআত নামাজ ঈদৰ নামাজৰ কাজ্বা নহয়, বৰঞ্চ মনৰ সন্তুষ্টিৰ বাবেহে, কাৰণ ঈদৰ নামাজৰ কোনো কাজ্বা নাই।
فَإِنْ عَجَزَ صَلَّى أَرْبَعًا كَالضُّحَى (وَتُؤَخَّرُ بِعُذْرٍ) كَمَطَرٍ (إلَى الزَّوَالِ مِنْ الْغَدِ فَقَطْ) فَوَقْتُهَا مِنْ الثَّانِي كَالْأَوَّلِ وَتَكُونُ قَضَاءً لَا أَدَاءً كَمَا سَيَجِيءُ فِي الْأُضْحِيَّةِ وَحَكَى الْقُهُسْتَانِيُّ قَوْلَيْنِ-(الدر المختار وحاشية ابن عابدين/كتاب الصلاة/باب العيدين)
কিছু ব্যক্তিয়ে এই প্ৰশ্নও সুধা পৰিলক্ষিত হৈছে যে, "যিহেতু লকডাউনত আমি ঈদৰ নামাজ পঢ়িবলৈকে অসমৰ্থ তেনে স্থলত ফিতৰাও আদায় দিব নালাগে চাগে"। ই এক ভূল ধাৰণা, কাৰণ ঈদৰ নামাজ এটা পৃথক হুকুম আৰু ফিতৰা দিয়াও এটা পৃথক হুকুম। শ্বৰীঅতৰ বিপৰীতে এনে বিলাক মনে গঢ়া যুক্তি (logic) নিদি বিনা দ্বিধাই আল্লাহ আৰু আল্লাহৰ ৰছুল চাল্লাল্লাহু আলাইহী ৱাআলিহী ৱাছাল্লামৰ হুকুম সমূহ মানি লোৱাই এজন সফল ও প্ৰকৃত মূ'মীনৰ পৰিচয়।
বিঃদ্ৰঃ- দলিল স্বৰূপে বিখ্যাত আৰবী হানাফী ফাতৱা গ্ৰন্থ "در المختار" ৰ scan copy সংলগ্ন কৰি দিয়া হৈছে।
 বান্দাহ মোহাম্মাদ শ্বাব্বীৰ আহমদ (গুফিৰা লাহু)
🏡 নামতি চাৰি আলি, শিৱসাগৰ
📚 সদস্য_(মজলীছে শ্বুৰা নু'মানী দাৰুল ইফতা/তাওজীহুল মাছাঈল গ্ৰুপ)
📖 সম্পাদক_(কাশ্বফুল আমৰাঈন ফাউণ্ডেচন)
📩 ইমেইলঃ- www.shabbirjulvi@gmail.com
🌎ফেচবুক:- https://www.facebook.com/profile.php?id=100016524875616







Saturday, February 18, 2017

How to Perform Namaz (salat-prayer)

 How to Perform Namaz (salat-prayer)

It is compulsory for all Muslims to make effort for understanding the meanings of recitation words in Namaz as it will help us to concentrate much better for getting benefits perfectly as though we see Allah in front of us or he sees us standing in front of him because during Salat, Muslims meet their God directly 5 times a day so if we know what we are saying in Namaz, it will enable us to feel much more humble and talk to the Master of Universe in modesty. 

Make the intention of offering Namaz then raise hands to ears and say:
Step 1: Say Takbeer-e-Tahrima:
Allaahu Akbar —• Allah is the greatest!
Learn Namaz in English & Arabic
Step 2a: Read Sana:
Subhaana Kal-lah hum-ma wabi hamdika watha-baara kasmuka watha’aala jad-duka walaa ilaaha ghayruk. —• Glory be to you, O Allah, and all praises are due unto you, and blessed is your name and high is your majesty and none is worthy of worship but you.
Learn to read first dua in namaz
Step 2b: Say Ta’awwudh (تعوذ) & Tasmiyya (تسمية)
A’udhu bil-laahi minash Shaythaa-nir-rajeem —• I seek Allah’s protection from Satan who is accursed.
Bismillaah hir-Rahmaa nir-Raheem —• In the name of Allah, the most Kind and the most Merciful.
Learn salat in English
Step 2c: Recite Surah Fatiha
Alhamdul lil-laahi rab-bil ‘aalameen —• Praise is only for Allah, Lord of the Universe.
Ar rahmaa nir-raheem —• The most Kind, the most Merciful.
Maaliki yawmid-deen —• The master of the Day of Judgement.
Iyyaa-ka na’budu wa iyyaa-ka nasta’een —• You alone we worship and to you alone we pray for help.
Ihdinas siraatal mustaqeem —• Show us the straight way.
Siraatal Ladheena an’amta ‘alayhim —• The way of those whom you have blessed.
Ghay-ril maghdubi ‘alayhim —• Who have not deserved your anger.
Walad daal-leen. Ameen —• Nor gone astray.
Learn Sura Fatiha for Namaz
Note: We can read any Surah after reciting Surah Faatiha above, as long as it is a minimum of 3 verses or one long verse. The following is a short and popular Surah situated towards the end of the Qur’an called Surah Al Ikhlas:
Step 2d: Read Surah Al Ikhlas
Qul huwal laahu ahad. —• Say: He is Allah, the only one.
Allaah hus-Samad. —• Allah helps and does not need help.
Lam yalid walam yoolad. —• He does not produce a child, and He was not born of anyone.
Walam yakul-lahu Kufuwan ahad. —• There is no one equal to Him.
Surah Ikhlas, Learn to read surah Ikhlas
Step 3: Perform Ruku
Say Allahu Akbar before bowing for Ruku. in Ruku, say.this dua at least 3 times and maximum 7 times.
Subhaana Rabbi’al Azeem —• “Glory to my Lord the Exalted”.
Learn how to offer namaz
Step 4: Then stand up straight while saying this dua.
Sami Allaahu Liman Hamidah —• “Allah listens to him who praises Him”
Rabbanaa lakal Hamd —• “Oh our Lord, all praise is to you”.
Learn Qauma in namaz for women
Step 5: Say Allahu Akbar
Allaahu Akbar —• Allah is the greatest!
Learn how to offer namaz in Urdu
Step 6: Perform the prostration (sajda)
Before going to sajda, we say Allahu Akbar and in Sajda, we say this dau at least 3 times, maximum 7 times.
Subhaana Rabbi yal A’alaa —• “Oh Allah glory be to you, the most high.”
How to perform salat sunni way step by step
Step 7: Rise to a sitting position
Rise to a sitting position, while saying Allahu Akbar (الله أَكْبَر).
Learn to read namaz with hanfi way
Step 8: Prostrate again
Prostrate again, saying Allahu Akbar (الله أَكْبَر). The second prostration is exactly identical to the first one. And repeat again that dua during prostration at least 3 times maximum 7 times.
How to perform salat sunni way step by step
Step 9: Rise up to proceed to the second rakat
Rise up to proceed to the next raka’at, saying Allahu Akbar (الله أَكْبَر). The second raka’at is identical to the first one up till the second prostration, but without the Takbiratul Ihram.
Allahu Akbar-Learn Namz
Step 10a: Perform the Tashahhud at the end of the second rakat
After the second prostration, stay in a sitting position and recite the Tashahhud (also known as Athahiyyaatu) and then Was Salawaatu
AthahiyyaatuLillahi Was Salawaatu Wattayyibatu —• All compliments, all physical prayer and all monetary worship are for Allah.
Assalamu Alaika Ayyuhannabi ‘yu ‘Warahmatullaahi Wabarka’tuhu —• Peace be upon you, Oh Prophet, and Allah’s mercy and blessings.
Assalamu Alaina Wa’alaa’Ibaadillaahis Saa’liheen, —• Peace be on us and on all righteous slaves of Allah.
Ash’had’u’Allahaa ilaha illallahu —•I bear witness that no one is worthy of worship except Allah
Wa Ash’hadu Anna Muhammadun Abd’uhu Wa Rasooluh —• And I bear witness that Muhammad is His slave and Messenger
How to perform salat for women
Step 10b: Recite Durood Ibrahim in Tashahhud
when you are in last rakat then say Durude Ibrahim (durood shareef, darood pak) after reciting  Athahiyyaatu Lillahi Was Salawaatu  whether you have performed 2 rakat, 3 rakat or 4 rakat of any farz, sunnat, nafal namaz (salat, prayer, salah).
First part of Duroode -e- Ibrahim
Allaahumma Salleh Alaa Muhammadin Wa’alaa’ Aale Muhammadin —• Oh Allah, send grace and honour on Muhammad (PBUH) and On the family and true followers of Muhammad (PBUH).
Kama Sallaiyta Alaa Ibraheema Wa’ Alaa Aale Ibraheema —• just as you sent Grace and Honour on Ibrahim (a.s) and on the family and true followers of Ibrahim (a.s).
Innaka Hameedum Majeed —• Surely, you are praiseworthy, the Great.
Second part of Duroode -e- Ibrahim
Allaahumma Baarak Alaa Muhammadin Wa’ Alaa Aale Muhammadin —• Oh Allah, send your blessing on Muhammad (PBUH) and the true followers of Muhammad (PBUH),
Kama Baarakta Alaa Ibraheem Wa’ Alaa Aale Ibraheema —• as you sent blessings on Ibrahim (a.s) and on the family and true followers of Ibrahim (a.s).
Innaka Hameedum Majeed —• Surely, you are praiseworthy, the Great.
Learn Durood sharif for namaz
Step 10c: Duaa after DUROOD IBRAHIM
After durood-e- Ibrahim, we can read any Quranic Duaa such as:
1st Duaa: Rabbij’alnee muqeemas salaati wa mindhur-riy yatee —• Oh Lord, make me and my children keep up prayers.
rab-banaa watha qab-bal du’a, —• Our Lord, accept our prayer,
rab-ba nagh-firlee wali waaliday-ya —• Our Lord, forgive me and my parents
wa lil mu-mineena yawma yaqumul hisaab. —• and all the Believers on the Day of Judgement.
Sunni Namaz for Hanfi Muslim
2nd Duaa:Rabbana Aatina Fid Duniya Hasanataw Wafil Aakhirati Hasanataw—• “Our Lord, grant us the good of this world and that of the Hereafter
Wa Qina Adhaaban Naar. —• and save us from the torture of hell.”
Rabbana Aatina dua in namaz, salt, prayer, salah
3rd Duaa:allahumma inni a’udzubika min adzabil qabri……
allahumma inni a'udzubika min adzabil qabri
ALLAAHUMMA INNII A’UUZUBIKA MIN ‘AZAABIL QABRI, WA A’UUZUBIKA MIN FITNATIL MASIIHID DAJJAAL, WA A’UUZUBIKA MIN FITNATIL MAHYAA, WA FITNATIL MAMAATI ALLAAHUMMA INNII A’UUZUBIKA MINAL MAASAMI WAL MAGHRAM.”
4th Duaa: Allahumma inni zalamtu nafsi zulman kathiran —•“O Allah, I have greatly wronged myself
wa la ya’ghfirudh dhunuuba illa anta —• and You alone can forgive sins,
fa’ghfir li ma’ghfiratan min ‘indika warhamni —• so grant me forgiveness from you and have mercy on me.
innaka antal ‘ghafurur rahim. —• You are the forgiving and Merciful One.
Allahumma inni zalamtu nafsi zulman kathiran dua after durood e ibrahim in namaz, salat, prayer, salah

Step 11: Say Salam two times
After reading all masnoon duaa when you want to finish your namaz then say: Assalamu Alai’kumWarah’matullaah by looking at right shoulder and then then say agian by looking on left shoulder.
Assalamu Alai’kumWarah’matullaah —• “Peace and mercy of Allah be on you”.
Namaz with step by step guidance
Learn namaz all steps with hanfi method
Step 12: Say —• Allahu Akbar and astaghfirullah
After completing namaz, say Allahu Akbar 1 time then 3 times Astaghfirullah.
Note: Namaz is completed after performing 12 steps in order then you can read Islamic Duaas which our Beloved Holy Prophet (PBUH) used to read everyday after each Salat.
Dua Qunoot
Dua qunoot  to be recited in the last rakat of the Witr Prayer of Isha Salah( namaz, salat)
Qunoot
Dua al-Qunoot Transliteration:
Allah humma inna nast’eenuka wa nastaghfiruka wa nu’minu bika wa natawak-kalu ‘alayka wa nuthne ‘alayk-al khayr. Wa nashkuruka wa laaa nakfuruka wa nakhla’u wa natruku man-y yafjuruka. Allah humma iyyaka na’budu wa laka nusal-lee wa nasjudu wa ilayka nas’a wa nahfidu wa narju rahmataka wa nakhsha ‘azabaka inna ‘azabaka bil kuf-fari mulhiq.
Dua al-Qunoot Translation:
Oh Allah, we ask you for help and seek your forgiveness, and we believe in You and have trust in You, and we praise you in the best way and we thank You and we are not ungrateful to you, and we forsake and turn away from the one who disobeys you. O Allah, we worship You only and pray to You and prostrate ourselves before You, and we run towards You and serve You, and we hope to receive your mercy, and we fear your punishment. Surely, the disbelievers will receive your punishement.
Dua Qunoot Arabic in Witr:
doa-qunut with English translation
Dua Qunut (to be recited in Witr Prayer)
Dua Qunoot Transliteration:
Allah hum mahdinee feeman hadayta,
Wa ‘afinee feeman ‘afayta,
wata wal-lane feeman twal-layta
wa barik lee feema a’taita,
waqinee shar-ra ma qadayta,
fa-innaka taqdee wala yuqda ‘alayk,
innahu laa Yazil-lu man walayt,
wala ya’iz-zu man ‘adaita,
tabarakta rabbana wata ‘alaita,
nastaghfiruka wanatubu ilayka,
Wa sal-lal lahu alan-nabee.
Dua Qunoot Translation in English:
Oh Allah, make me among those whom You have guided,
and make me among those whom You have saved, and make
me among those whom You have chosen, and bless whatever
you have given me, and protect me from the evil which you have decreed; verily, You decide the things and nobody can decide against You; and none whom You have committed to Your care shall be humiliated and none whom You have taken as an enemy shall taste glory. You are blessed, our Lord, and Exalted, we ask for Your forgiveness and turn to You. Peace and mercy of Allah be upon the Prophet.